• Welcome to Daffodil International University.
 

News:

Daffodil International University Forum contains information about Open Text material, which is only intended for the significant learning purposes of the university students, faculty, other members, and the knowledge seekers of the entire world and is hoped that the offerings will aide in the distribution of reliable information and data relating to the many areas of knowledge.

Main Menu

Bird Flu Also called: Avian flu, Avian influenza, H5N1

Started by Sultan Mahmud Sujon, April 09, 2012, 09:25:11 AM

Previous topic - Next topic

Sultan Mahmud Sujon



চৰাইসমূহ, ঠিক মানুহৰ দৰিই ফ্লু বা জ্বৰত আক্রান্ত হয়।বার্ড ফ্লু-ক এভিয়ান ফ্লু, এভিয়ান ইনফ্লুয়েঞ্জা বুলিও কোৱা হয়। H5NI ভাইৰাছে কুকুৰা বা অন্যান্ন পাম আৰু বনৰীয়া চৰাইৰ দেহত যেনে পাতিহাঁহৰ দেহত সংক্রমন ঘটায়। অধিকাংশ বার্ড ফ্লু ভাইৰাছেই কেৱল অন্য চৰাইক সংক্রমিত কৰে, যদিও বার্ড ফ্লু এ মানুহৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি সৃষ্টি কৰে। বার্ড ফ্লু ভাইৰাচ, H5N1 এ মানবদেহত প্রথম সংক্রমন ঘটায় ১৯৯৭ চনত হংকংত । তাৰপিচৰ পৰা বার্ড ফ্লু ভাইৰাছ এছিয়া, আফ্রিকা আৰু ইউৰোপৰ চৰাইকো সংক্ৰমন ঘটায়।



এই মাৰাত্মক H5N1 ভাইৰাচ জানুৱাৰী মাহত ভাৰতত দেখা দিয়ে। বুধবাৰে কৃষি আৰু খাদ্য সংস্থাই দিয়া এক বিবৃতিমতে,বার্ড ফ্লু প্রতিৰোধৰ বাবে গোটেই দেশ জুৰি ৩৯ লাখৰো অধিক হাঁহ-কুকৰা নিধন কৰা হয়। কৃষি আৰু খাদ্য সংস্থাই জনোৱামতে ফেব্রুৱাৰী ২ তাৰিখৰ ২০০৮ ৰ পৰা  এতিয়ালৈকে নতুনকৈ কোনো বার্ড ফ্লু ৰোগৰ বিস্তাৰৰ খবৰ পোৱা হোৱা নাই। সাধাৰনতে এভিয়ান ইনফ্লুয়েঙ্জা ভাইৰাছে অকল চৰাইৰ দেহত  সংক্রমন ঘটায় যদিও, বিশ্ব স্বাস্থ্য সংস্থা, WHO ৰ মতে ইয়াৰে H5N1 ভাইৰাছৰ সংক্রমনত ২০০৩ চনৰ পৰা এতিয়ালৈকে এছিয়াত ২৩৪ ব্যক্তিয়ে প্রান হেৰুৱাইছে।
বার্ড ফ্লুৰ প্রার্দুভাবৰ সময়ত সংক্রমিত কুকুৰাৰ সংস্পলৈ আহিলে মানুহো অসুস্থ হব পাৰে। আনকি কুকুৰাৰ কণী আৰু মাংস সঠিক ভাবে নিসিজাই খালেও বার্ড ফ্লু সংক্রমনৰ আশঙ্কা থাকে। যি ব্যাক্তিৰ এই ৰোগ হৈছে তাৰ সংস্পর্শতো এই ৰোগ হোৱাৰ আশঙ্কা থাকে। বার্ডফ্লুত আক্রান্ত হৈ মানুহ প্রচণ্ড অসুস্থ হৈ পৰিব পাৰে আনকি ই মৃত্যুৰ কাৰনো হব পাৰে। বর্তমানলৈকে ইয়াৰ কোনো প্রতিষেধক নাই।




goodboy

Thank you brother for sharing, we need to raise awareness on that issue..

Please guys, until the issue be made solved, I urge you people not to take the food items related with chickens.

Thank you.
Md. Abul Hossain Shajib.
101-11-1375
Department of BBA, Sec:B.
25th Batch.
Daffodil International University.
Email: shajib_1375@diu.edu.bd
Admin Executive
creative.bd

nayeemfaruqui

Dr. A. Nayeem Faruqui
Assistant Professor, Department of Textile Engineering, DIU